दिन का पद्यअप्रैल 29 দ্বি.বি. 4:29 কিন্তু সেই ঠাইত থাকি যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক বিচাৰে, তেন্তে, আপোনালোকে তেওঁক পাব। আপোনালোকে যদি নিজৰ সমস্ত হৃদয়ৰে আৰু আত্মাৰে বিচাৰে তেহে তেওঁক পাব। Assamese Bible Copyright © 2017, 2018 Bridge Connectivity Solutions